ইউক্ৰেইনৰ খেৰচন চহৰ দখল কৰিছে ৰাছিয়ান সেনাই। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাশেনকভে এই সন্দৰ্ভত কয় যে, সশস্ত্ৰ বাহিনীৰ ৰাছিয়াৰ বিভাগসমূহে খেৰছনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ অধিনলৈ আনিছে।

যোৱা নিশা কাৰকিভ চহৰ দখল কৰিছিল। ইফালে ৰাজধানী কিয়েভত তীব্র আক্ৰমণ অব্যাহত ৰাখিছে ৰুচ সেনাই।

ইউক্ৰেইন-ৰাছিয়া যুদ্ধ; আজি দুয়ো দেশৰ মাজত আছিল বৈঠক। কিন্তু ইউক্ৰেইনৰ প্ৰতিনিধি দল উপস্থিত হোৱা নাই বৈঠকত।

আজি বিয়লি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। ইফালে ৬০০০ ৰাছিয়ান সেনাৰ মৃত্যুৰ দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে।

লগতে পঢ়ক- নিজ মাতৃভূমিত আজি উপস্থিত হ’ল ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছয়গৰাকীকৈ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply