বীৰাংগনা তথ্যচিত্ৰৰ শ্বুটিঙত ছাৰা আলি খান

বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান অসমত।

অসম আৰক্ষীৰ উত্তৰ গুৱাহাটীত থকা মান্দাকাটা কামাণ্ডো বেটেলিয়নত হোৱা ছুটিঙৰ বাবে আহিছে

বলীউডৰ মোহময়ী অভিনেত্রী ছৈইফ আলি খানৰ দুহিতা ছাৰা আলি খান।

গুৱাহাটীত বলীউড অভিনেত্ৰী ছাৰা আলি খান


অসমৰ মহিলা কমাণ্ডো বেটেলিয়ন ‘বীৰাংগনা’ৰ আধাৰত নিৰ্মাণ হ’ব লগা এখন তথ্যচিত্রত ছুটিঙত অংশ ল’বলৈ আহিছে অভিনেত্রী গৰাকী। 

লগতে পঢ়ক এইবাৰ অনলাইনত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply