ৰোহিত সৰদানা

কোৰোনা কালৰূপে ভয়াবহ ৰূপ লৈছে দেশত, বিশেষকৈ ৰাজধানী চহৰ দিল্লীত ইয়াৰ সংহাৰী ৰূপে এজনৰ পিছত আন জনক আমাৰ মাজৰ পৰা আতৰাই নিছে ।
জ্যেষ্ঠ টেলিভিছন এংকৰ সাংবাদিক ৰোহিত সৰদানাৰ কিছু সময়ৰ আগতে দিল্লীৰ এখন ব্যক্তিগত হস্পিতালত মৃত্যু হয় ।

ক’ভিডত আক্ৰান্ত হৈ যোৱা বৃহস্পতিবাৰে দিল্লীৰ মেট্ৰ’ হস্পিতালত ভৰ্তি হৈছিল ।

আজি তেওৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰকাশ ।

জি নিউজৰ সৈতে দীৰ্ঘ দিন জড়িত থকা সৰদানা বৰ্তমান আজটক চেনেলৰ চিনিয়ৰ এংকৰ সাংবাদিক হিচাবে জড়িত আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply