আপোনাৰ যদি বেংকৰ সৈতে কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে তেন্তে শীঘ্ৰে সেই কামসমূহ কৰি লওক। কাৰণ উৎসৱৰ বাবে অহা ছেপ্টেম্বৰ মাহৰ ১৩ দিনেই বেংকসমূহ বন্ধ থাকিব।
ভাৰতীয় ৰিজাৰ্ভ বেংকে ছেপ্টেম্বৰ মাহৰ বাবে বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে। অৱশ্যে এই তালিকাত থকা মুঠ ১৩ বন্ধৰ ভিতৰত সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰৰ সাপ্তাহিক বন্ধও আছে।
তলত ছেপ্টেম্বৰ মাহৰ বাবে বেংক বন্ধৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে-
১ ছেপ্টেম্বৰ: গণেশ চতুৰ্থী
৪ ছেপ্টেম্বৰ: মাহৰ প্ৰথম দেওবাৰ
৬ ছেপ্টেম্বৰ: বিশ্বকৰ্মা পূজা
৭-৮ ছেপ্টেম্বৰ: ওনাম উৎসৱ
৯ ছেপ্টেম্বৰ: ইন্দ্ৰজাতা
১০ ছেপ্টেম্বৰঃ নৰৱনা গুৰু জয়ন্তী, মাহৰ দ্বিতীয়ো শনিবাৰ
১১ ছেপ্টেম্বৰ: মাহৰ দ্বিতীয়টো দেওবাৰ
১৮ ছেপ্টেম্বৰ: মাহৰ তৃতীয়টো দেওবাৰ
২১ ছেপ্টেম্বৰ: নাৰায়ণ গুৰু সমাধি দিৱস
২৪ ছেপ্টেম্বৰ: মাহৰ চতুৰ্থটো শনিবাৰ
২৫ ছেপ্টেম্বৰ: মাহৰ চতুৰ্থটো দেওবাৰ
২৬ ছেপ্টেম্বৰঃ নৱৰাত্ৰিৰ প্ৰথমটো দিন
লগতে পঢ়ক – উত্তপ্ত হ’ব নেকি অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল