নিউজ ডেস্ক: নৌসেনাৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ শ্ৰী পি উপাধ্যায় ইনাছৰ। ১৯৮৯ চনৰ ১২ জুলাইত ভাৰতীয় নৌসেনাৰ নৌসেনা সংস্থাত যোগদান কৰিছিল শ্ৰী পি উপাধ্যায় ইনাছে।

এছ জি এছ আই টি এছ ইন্দোৰৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী লাভ কৰা শ্ৰী পি উপাধ্যায়ে ১৯৮৮ চনত ‘ডিজিটেল টেকনিক এণ্ড ইনষ্ট্ৰুমেণ্টেচন’ত দেৱী অহিল্য বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৯৫ চনত ‘গাইডেড মিছাইল’ত বিশেষজ্ঞতা লাভ কৰে পুনে বিশ্ববিদ্যালয়ৰ পৰা।

২০২৩ চনৰ ০১ জুনত তেওঁ নৌসেনাৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply