ইউক্ৰেইনত আবদ্ধ হৈ আছে কাছাৰ জিলাৰ কলাইনৰ মুহিম আহমেদ খান নামৰ এগৰাকী ছাত্ৰ।


বিগত চাৰিবছৰ ধৰি ইউক্ৰেইনৰ চুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মুহিম আহমেদ খান আবদ্ধ হৈ আছে।

ভাৰত চৰকাৰে ব্যবস্থা লৈছে যদিও ভাৰতীয় বহু শিক্ষাৰ্থীৰ সৈতে কাছাৰ জিলাৰ কালাইনৰ মহিম নামৰ ছাত্ৰ জনো আবদ্ধ হৈ আছে।

ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল। ছাত্ৰ গৰাকীক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে পিতৃয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply