নিউজ ডেস্কঃ কৰোনাৰ ভয়াবহ পৰিস্থিতিৰ বাবে ইউপিএছচি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিলৰ সিদ্ধান্ত।

২৭ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল ইউপিএছচি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা।


কোভিডৰ পৰিস্থিতিৰ বাবে ১০ অক্টোবৰলৈ স্থগিত কৰা হয় ইউপিএছচি পৰীক্ষা ।

আৰু পঢ়কঃICC টেষ্ট ৰেংকিঙৰ প্ৰথম স্থানত ভাৰতীয় ক্ৰিকেট দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply