মেঘালয়ৰ মুখ্যমন্ত্ৰী
ক'ভিড পৰিস্থিতিক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিষয়াবৰ্গৰ সৈতে আলোচনা

ক্ৰমান্বয়ে ক’ভিড পৰিস্থিতি জটিলৰ পিনে গতি কৰাৰ বাবে মেঘালয় চৰকাৰে

৫ মে’ৰ সন্ধিয়া ৮ বজাৰ পৰা ১০ মে’ ২০২১ তাৰিখৰ পুৱা ৫ বজালৈ পূব খাচী পাহাৰীয়া জিলাত সম্পূৰ্ণ লকডাউন কৰাৰ সিদ্ধান্ত লৈছে।
আনহাতে, মেঘালয়ৰ সকলো জিলাতেই এতিয়াৰে পৰা সাপ্তাহিক লকডাউন জাৰি কৰা হ’ব।

আজি এই কথা ঘোষণা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।


উল্লেখ্য যে বুধবাৰলৈকে মেঘালয়ত পজিটিভ ৰোগীৰ সংখ্যা হৈছে ১৮২৮৩ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply