নিউজ ডেস্ক: নেপালৰ ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পুডেলক কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ শিক্ষণ চিকিৎসালয় মহাৰাজগঞ্জৰ পৰা দিল্লীৰ এইমছ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক কালি ত্ৰিভুৱন বিশ্ববিদ্যালয় শিক্ষণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

পাডলৰ অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আজি ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে দিল্লীৰ এইমছ লৈ অনা হৈছে।

উল্লখযোগ্য যে, সোমবাৰে চিকিৎসা পৰীক্ষা কৰাৰ পিছত ৰাষ্ট্ৰপতি গৰাকীৰ হাওঁফাওঁ সংক্ৰমণ হৈছে বুলি জানিব পাৰিছে।

লগতে পঢ়ক – ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা প্ৰশাসনত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply