নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ কেইটামান দৃশ্য শ্বেয়াৰ কৰিছে। মোদীয়ে নাগৰিকক এই ভিডিঅ’ত তেওঁলোকৰ অনুভৱ শব্দৰে ৰেকৰ্ডৰ আহ্বান জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ “নতুন সংসদ ভৱনে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব। ভিডিঅ’টোত এই আইকনিক ভৱনৰ একাধিক দৃশ্য সন্নিৱিষ্ট কৰা হৈছে।মই এটি বিশেষ আহ্বান জনাব খুজিছোঁ–আপোনালোকৰ নিজ-নিজ ভয়চ-অ’ভাৰেৰে ভিডিঅ’টো শ্বেয়াৰ কৰক, ইয়াৰ জৰিয়তে আপোনালোকৰ অনুভৱ ব্যক্ত কৰক।মই তেনে একাংশ ৰিটুইট কৰিম।#MyParliamentMyPrideব্যৱহাৰ কৰিবলৈ নাপাহৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply