Posted inউত্তৰ-পূৱ

মেঘালয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছত ইন্ধন পৰিবহণৰ সিদ্ধান্ত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ

গুৱাহাটী: মেঘলালয় চৰকাৰে অসমৰ পৰা যোৱা ইন্ধন পৰিবহণকাৰী বাহনক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান জনাই অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন (APMU)-এ বৃহস্পতিবাৰে ৰাজ্যখনলৈ ইন্ধনৰ পৰিবহণ বন্ধ কৰাৰ সিদ্ধান্ত সাময়িকভাৱে উঠাই লৈছে। অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সভাপতি বিনোদ তিৱাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীৰ পৰা ২২খন ইন্ধন পৰিবাহী বাহন মেঘালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি তিৱাৰীয়ে ইষ্টম’জ’ক […]