নিউজ ডেস্ক: শাম কটা নাই মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ। নিয়াই নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ এক গোচৰত অভিযোগনামা দাখিল কৰিছে৷ জানিব পৰা মতে, ইম্ফলৰ নিয়াৰ বিশেষ আদালতত পিপলছ ৰিভলিউচনেৰী আর্মি, কাংলেইপাক কমিউনিষ্ট পার্টি, পিপলছ ৰিভলিউচনেৰী পাৰ্টি অফ কাংলেইপাক আৰু ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট উগ্ৰপন্থী সংগঠনৰ ৩ কেডাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। উল্লেখ্য যে অভিযুক্তসকলে উগ্রপন্থী সংগঠনসমূহৰ […]