নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাত পুনৰ ভূমিস্খলন। জিলাখনৰ সদৰ লিকাবালিৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ গেঞ্চী সংযোগী পথছোৱাত সংঘটিত হৈছে ভূমিস্খলন।

পথচোৱাৰ কেইবাশ মিটাৰ অংশ সোঁৱৰণশিৰি নদীৰ বুকুত জাহ যায়। গেঞ্চী ৰাজহ চক্ৰ সংযোগী দ্বৈত পঁকী পথচোৱা নদীৰ বুকুত জাহ যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অৱশ্যে পথ নিৰ্মাণকাৰী সংস্থাই মানুহ খোজ কাঢ়ি পাৰ হ’ব পৰা কৈ পথছোৱা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply