নিউজ ডেস্কঃ ত্ৰিপুৰাত পুনৰবাৰ একক সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰিছে বিজেপি।  

ত্ৰিপুৰাত বিজেপি – আইপিএফটি মিত্ৰজোঁটে মুঠ ৬০ খনৰ ভিতৰত ৩২ খন আসন জয় লাভ।

৩২ খন আসনৰ ভিতৰত বিজেপিয়ে ৩১ খন আৰু আইপিএফটি য়ে ১ খন আসন লাভ কৰিছে।

ইফালে চিপিআই(এম) য়ে ১২ খন, কংগ্ৰেছে চাৰিখন আৰু তিপ্ৰাম’থাই ১৩ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ৰ পিছতেই মুখ্যমন্ত্ৰী মণিক সাহাই সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।

উল্লেখযোগ্য যে, উত্তৰ–পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত দুখন ৰাজ্যইতেই দখল কৰিছে বিজেপি মিত্ৰজোঁটে। বিজেপি মিত্ৰজোঁটে ত্ৰিপুৰা আৰু নাগালেণ্ড দখল কৰিব সক্ষম হৈছে। এতিয়াও অলপ সময় বাকী মেঘালয়ৰ ফলাফলৰ বাবে ফলাফলৰ ।  

লগতে পঢ়ক- নাগালেণ্ডত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ জয়ৰ ধ্বজ্জা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply