নিউজ ডেস্ক: প্ৰকাশ পালে ODI ক্ৰিকেট বিশ্বকাপৰ সময়সূচী৷

৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ চলিব ODI ক্ৰিকেট বিশ্বকাপ৷

৫ অক্টোবৰত মোদী ষ্টেডিয়ামত ODIWC-23ৰ ইংলেণ্ড-নিউজfলেণ্ডৰ মাজত হ’ব প্ৰথমখন মেচ৷

৮, ১১, ১৯, ২২ আৰু ২৯ অক্টোবৰত আছে টীম ইণ্ডিয়াৰ মেচ৷ ইয়াৰোপৰি ২, ৫ আৰু ১১ নৱেম্বৰত আছে টীম ইণ্ডিয়াৰ মেচ৷

১৫ নৱেম্বৰত মুম্বাইত আৰু ১৬ নৱেম্বৰত কলকাতাত হ’ব ছেমি ফাইনেল৷

১৯ নৱেম্বৰত আহমেদাবাদৰ মোদী ষ্টেডিয়ামত ODI ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply