ৰঙিয়া : পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত। ৰঙিয়াত ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা জব্দ এখন স্কুটী।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে জালত।

লগতে পঢ়ক –  কমাৰগাঁৱত দুখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ,আহত এজন

এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত যুৱকজন ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপৰ বালাগাঁৱৰ আব্দুল বাচেৰ। যুৱকজনৰ পৰা ৬.৪৫ গ্ৰাম ড্ৰাগছ জব্দ আৰু এখন স্কুটী জব্দ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply