বিলাসীপাৰা : বিলাসী বাহনেৰে ছাগলী চুৰিৰ চেষ্টা। বিলাসীপাৰাত বিলাসী বাহনেৰে ছাগলি চুৰিৰ চেষ্টা। ৰাইজে আটক এখন বিলাসী বাহন আটক কৰি জব্দ কৰিলে ছাগলী।

ধুবুৰী জিলাৰ বিলাসীপাৰাত এখন বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ আহি আটক হ’ল এজন চোৰ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিলাসী বাহনসহ ছাগলি চোৰজনক আটক কৰে ৰাইজে।

লগতে পঢ়ক – পুনৰ মৃত্যুক সাবটিলে কাগজ কলৰ দুই কৰ্মচাৰীয়ে; মৃত্যুৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি

ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে হাতে লোটে আটক কৰে ছাগলী চোৰজনক। ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাগলী চোৰজনক থানালৈ নিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply