গুৱাহাটী : আৰক্ষীৰ নিচাযুক্ত সামগ্ৰীৰ বিৰোধী অভিযানৰ মাজতে অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বেহা। পুনৰ মহানগৰীত গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা ব্যৱসায়ী। মহানগৰীৰ বশিষ্ঠত গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা ব্যৱসায়ী।

বশিষ্ঠ আৰক্ষীৰ এটা দলে অভিযান চলাই বশিষ্ঠ অঞ্চলৰ পৰা এজন গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিম্পল গৈয়াৰীৰ নেতৃ্ত্বত আৰক্ষীৰ এটা দলে এই সাফল্য লাভ কৰে।

লগতে পঢ়ক –  Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

ধৃত গাঞ্জা ব্যৱসায়ীজনৰ নাম ৰাজদীপ মজুমদাৰ বুলি জানিব পৰা গৈছে। ৰাজদীপ মজুমদাৰে বশিষ্ঠ অঞ্চলত দীর্ঘদিন ধৰি গাঞ্জাৰ বিক্ৰী কৰি আহিছিল। গাঞ্জা ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু বিদেশী চিগাৰেট জব্দ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply