বটদ্রৱা : বটদ্রৱা কাণ্ডৰ আন এজন অভিযুক্তক আটক। আৰক্ষীৰ জালত পৰিছে বটদ্রৱা কাণ্ডৰ আন এজন অভিযুক্ত। ইমান আলী নামৰ আন এজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে।

বটদ্রৱা কাণ্ডকলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীয়ে বটদ্রৱা কাণ্ডৰ লগত জড়িত ইমান আলী নামৰ আন এজন অভিযুক্তক আটক কৰিছে। ধিংৰ পৰা আটক কৰা হৈছে অভিযুক্ত ইমাম আলীক।

লগতে পঢ়ক –  মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ অসমৰ উত্তাল প্ৰতিবাদ

ইমান আলীৰ পৰা আৰক্ষীয়ে পিষ্টল আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰিছে। ইমান আলীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিচাজাতীয় সামগ্ৰীও। বৰ্তমানলৈকে মহিলাসহ ৬ জনক গ্রেপ্তাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply