নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুটিকৰিণ বন্দৰত বৃক্ষৰোপন কাৰ্যক্ৰমৰ প্ৰশংসা কৰে।

২০২২ চনত, টুটিকৰিণ বন্দৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে তথা মন্ত্ৰালয়টোৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ নেতৃত্বত ১০ হাজাৰ গছপুলি ৰুইছিল, যিবোৰ এতিয়া বৃক্ষত পৰিণত হৈছে আৰু অনাগত প্ৰজন্মৰ বাবে লাভজনক হিচাপে পৰিগণিত হ’ব।

পিএছডব্লিউ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“পৰিৱেশ সুৰক্ষাৰ দিশত এই সৎ আৰু দূৰদৰ্শী প্ৰয়াসৰ বাবে @vocpa_tuticorinক বহুত বহুত অভিনন্দন।”

লগতে পঢ়ক – শ্ৰীনিৱাসৰ বাংগালুৰুৰ বাসগৃহত অসম আৰক্ষীৰ দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply