নিউজ ডেস্ক- ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ ল’বলৈ প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হয়। 

আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়েও পৰিস্থিতি পুনৰীক্ষণৰ বাবে ওড়িশালৈ ৰাওনা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰি কয় যে,

‘ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।উদ্ধাৰ, সাহায্য আৰু ক্ষতিগ্ৰস্তসকলক চিকিৎসাৰ সৈতে জড়িত দিশসমূহৰ ওপৰত পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয়।”

“পিএম নৰেন্দ্ৰ মোদীয়ে ওড়িশালৈ ৰাওনা হৈছে য’ত তেওঁ ৰে’লৰ দুৰ্ঘটনাৰ পিছত পৰিস্থিতি পুনৰীক্ষণ কৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply