নিউজ ডেস্ক- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১২ মে’ত গুজৰাট ভ্ৰমণ কৰিব। নৰেন্দ্ৰ মোদীয়ে অখিল ভাৰতীয় প্ৰাৰ্থিক শিক্ষা সংঘৰ শিক্ষা সন্মিলনৰ ২৯ তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুজৰাটলৈ যাব।

উক্ত অনুস্থানত তেওঁ ১৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব৷

তেওঁ লগতে, আহমেদাবাদত নৱনিৰ্মিত দলং আৰু এছটিপি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু গৃহ যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া ইডব্লিউএছ ঘৰসমূহৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ পাইপলাইন আৰু অন্যান্য উন্নয়নমূলক কামৰ আধাৰশিলাও স্থাপন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply