সংবিধানৰ নিয়মমতে ২০০১ৰ লোকপিয়ল আৰু জনপ্ৰতিনিধি আইনৰ আধাৰত সমষ্টি পুননিৰ্ধাৰণ প্ৰক্ৰিয়া কৰা হব। খচৰা প্ৰকাশৰ পূৰ্বে গ্ৰহন কৰা হৈছে শুনানি লগতে নিৰ্বাচনী আয়োগে জানিবলৈ দিয়ে যে খচৰা প্ৰকাশৰ পাছতো গ্ৰহন কৰা হব শুনানি। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ৯টা ৰাজনৈতিক দল আৰু প্ৰায় ৬০টা সামাজিক সংগঠনৰে আলোচনা কৰা হৈছে। সাহিত্য সভাকে ধৰি বহু […]