Posted inৰাজনীতি

ৰাজ্যৰ ৰাজনীতিত অবিশ্বাস্য পট পৰিৱৰ্তন সম্ভাৱনা! একেপাত শৰেৰে চাৰি চিকাৰৰ অংক অসমৰ চাণক্যৰ

গুৱাহাটী: শীঘ্ৰেই ব্যাপক পট পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে অসমৰ ৰাজনীতি। মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজসভাত উমি উমি জ্বলি থকা ক্ষমতাকেন্দ্ৰিক জুইকুৰা ইমানতে অন্ত পেলাবলৈ সাজু হৈছে খোদ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক গোটৰ মাজৰ পৰাই লাভ কৰা তথ্য অনুসৰি, ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক […]