পঞ্জাৱত চৰকাৰ গঠনৰ পিছতেই অসমত সংগঠন শক্তিশালী কৰাত গুৰুত্ব আপৰ।

এই সন্দৰ্ভত আম আদমিৰ পাৰ্টিৰ মুখ্যকাৰ্য্যলয়ত সংবাদমেল আয়োজন কৰে৷
উপস্থিত থাকে ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মা ৷ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰী ৷
পৌৰ সভাৰ নিৰ্বাচনৰ ফলাফলত জয় লাভ কৰা প্ৰাৰ্থীক সম্বৰ্ধনা জনাই ৷
পাঞ্জাবত সফলতা লাভৰ পাছত আশাবাদী দলটোৰ ৰাজ্যিক নেতৃত্ব ৷
অসমৰ পৌৰ সভাৰ নিৰ্বাচনত ৩৪ জন প্ৰাৰ্থী দিছিল আপে।
তাৰে ২ জন প্ৰাৰ্থী জয়লাভ কৰিছে ৷
আগন্তোক GMC আৰু শিলচৰ পৌৰসভা নিৰ্বাচনতো দিব প্ৰাৰ্থী ৷
আগন্তুক দিনত আৰু শক্তিশালী ৰূপত প্ৰতিদন্ধিতা কৰিব আম আদমি পাৰ্টীয়ে ৷
সকলোকে আম আদমি পাৰ্টীৰ সদস্য গ্ৰহনৰ বাবে অনুৰোধ কৰিছে ৰাষ্ট্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মাই ৷
সদস্য ভৰ্তিৰ বাবে ৰাজ্যিক সমিতিয়ে মুকলি কৰিলে এটা নম্বৰ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply