বটদ্ৰৱাত ৯ম ৰাউণ্ডৰ অন্তত ২১৩৩৫ টা ভোটত অগ্ৰগতি কংগ্ৰেছৰ শিবামনি বৰাৰ ।
ঢেকিয়াজুলিত নবম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী অশোক সিংঘালে লাভ কৰিছে ৩৬৯২৪ আৰু কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথে লাভ কৰিছে ২১২০৪ টা ভোট।১৫৭১৯ ভোটত বিজেপিৰ অগ্ৰগতি
ৰঙাপৰা সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে ৯২৯৬ টা ভোটত অগ্ৰগতি লাভ কৰিছে
তেজপুৰ সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত অগপ প্ৰাৰ্থী পৃথিৰাজ ৰাভাই লাভ কৰিছে ১৭০৮৬ আৰু কংগ্ৰেছ প্ৰাৰ্থী ডঃ অনুজ মেছে ১৪৮৪৪ টা ভোট।২২৪২ ভোটত পৃথিৰাজ ৰাভাৰ অগ্ৰগতি
বৰচলাত অষ্টম ৰাউন্ডৰ অন্তত বিজেপিৰ গনেশ লিম্বুতকৈ কংগ্ৰেছৰ আৰ পি শৰ্মা ৩৪৯১ টা ভোটত জয়লাভ কৰে |
কাটলিচেৰাত সপ্তম ৰাউন্ডৰ অন্তত এআইইউডিএফ ৩৬৬৫১ টা বিজেপিয়ে ২০৮৪৯ টা ভোট লাভ কৰিছে |
হাইলাকান্ডিত পঞ্চম ৰাউন্ডৰ অন্তত এআইইউডিএফ ২৯৯৮৪ টা বিজেপি ৬৫৪২টা আৰু নিৰ্দলীয়ই ৩৬৫৩টা ভোট লাভ কৰে |
আলগাপুৰ সমষ্টিত পঞ্চম ৰাউন্ডৰ অন্তত এআইইউডিএফ ২২৪৭৩ টা , বিজেপি ১২৩০২ টা, আৰু এজেপি য়ে ৩১২১ টা ভোট লাভ কৰে |