নগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই ২১৮৭০ টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী শান্তনু শৰ্মাই লাভ কৰে ৭৬২৮ টা ভোট। সমষ্টিটোত বিজেপি প্ৰাৰ্থী গৰাকীয়ে ১৪২৪২ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।
আনহাতে,ৰহা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসে ১১৩৫২ টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাসে লাভ কৰে ৫৪৪৮টা ভোট। ভোটৰ ব্যৱধান হ’ল ৫৯০৪টা ভোট।
দ্বিতীয় ৰাউণ্ডত বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৩৭৬ ভোটত অগ্ৰগতি
সমষ্টি পাথাৰকান্দি ।
তৃতীয় ৰাউন্ডৰ ফলাফল । (ইভিএম)
বিজেপি কৃষ্ণেন্দু পাল ১৮৭৬
কংগ্ৰেছ প্ৰাৰ্থী শচিন শাহু ৫৮৯৫
তৃতীয় ৰাউন্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী ৪০৯১ভোটত অগ্ৰগতি লাভ কৰিছে ।