চৰকাৰ দখলত পুনৰ বিজেপি

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত এইবাৰ বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

 বিজেপি মিত্ৰজোঁটে ৭৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে ৫০ খন আসনত লাভ কৰিছে।

 বিজেপিয়ে অকলেই ৬০খন, অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিলে ৬খন আসন।

আনহাতে, কংগ্ৰেছে ২৯খন, বিপিএফে ৪খন, এআইইউডিএফে ১৬খন লাভ কৰে। ইয়াৰ উপৰি চিপিআই(এম)–এ এখন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিবলৈ সক্ষম হয়।

অসম বিধান সভালৈ নিৰ্বাচিত ১২৬টা সমষ্টিৰ সদস্যসকলৰ নাম আৰু সমষ্টিসমূহ তলত উল্লেখ কৰা হ’ল-

১) ৰাতাবাৰী-বিজয় মালাকাৰ
২) পাথাৰকান্দি-কৃষ্ণেন্দু পাল
৩) শিলচৰ-দ্বিপায়ন চক্ৰৱৰ্তী
৪) ঢলাই-পৰিমল শুক্লবৈদ্য
৫) উদাৰবন্দ-মিহিৰকান্তি ছুম
৬) লক্ষীপুৰ-কৌশিক ৰায়
৭) হাফলং নন্দিতা গাৰ্লোছা
৮) বোকাজান-নোমল মোমিন
৯) হাওৰাঘাট-দৰছিং ৰংহাং
১০) ডিফু-বিদ্যাসিং ইংলেং
১১) বৈঠালাংছ’-ৰূপছিং টেৰণ
১২) বিজনী-অজয় কুমাৰ ৰয়
১৩) পাটাছাৰকুছি-ৰঞ্জিত দাস
১৪) পলাশবাৰী-হেমাংগ ঠাকুৰীয়া
১৫) জালুকবাৰী-হিমন্ত বিশ্ব শৰ্মা
১৬) দিছপুৰ-অতুল বৰা
১৭) গুৱাহাটী(পূব)সিদ্ধাৰ্থ ভট্টাচাৰ্য
১৮) হাজো-সুমন হৰিপ্ৰিয়া
১৯) কমলপুৰ-দিগন্ত কলিতা
২০) ৰঙিয়া-ভৱেশ কলিতা
২১) নলবাৰী-জয়ন্ত মল্ল বৰুৱা
২২) ধৰ্মপুৰ-চন্দ্ৰমোহন পাটোৱাৰী
২৩) ছিপাঝাৰ-পৰমানন্দ ৰাজবংশী
২৪) ঢেকীয়াজুলি-অশোক সিংঘাল
২৫) বৰছলা-গণেশ লিম্বু
২৬) ৰঙাপাৰা-কৃষ্ণকমল তাঁতী
২৭) চতিয়া-পদ্ম হাজৰিকা
২৮) বিশ্বনাথ-প্ৰমোদ বৰঠাকুৰ
২৯) বিহালী-ৰঞ্জিত দত্ত
৩০) গহপুৰ-অমিয় কুমাৰ ভূঞা
৩১) জাগীৰোড-পীযুষ হাজৰিকা
৩২) মৰিগাঁও-ৰমাকান্ত দেউৰী
৩৩) নগাঁও-ৰূপক শৰ্মা
৩৪) বঢ়মপুৰ-জিতু গোস্বামী
৩৫) হোজাই-ৰামকৃষ্ণ ঘোষ
৩৬) লামডিং-শিবু মিশ্ৰ
৩৭) সৰুপথাৰ-বিশ্বজিত ফুকন
৩৮) গোলাঘাট-অজন্তা নেওগ
৩৯) খুমটাই-মৃণাল শইকীয়া
৪০) মাহমৰা-যোগেন মহন
৪১) সোণাৰি-ধৰ্মেশ্বৰ কোঁৱৰ
৪২) বিহপুৰীয়া-অমিয় কুমাৰ ভূঞা
৪৩) লখিমপুৰ-মানৱ ডেকা
৪৪) ঢকুৱাখনা-নৱ দলে’
৪৫) ধেমাজি- ৰণোজ পেগু
৪৬) জোনাই-ভূবন পেগু
৪৭) মৰাণ-চক্ৰধৰ গগৈ
৪৮) ডিব্ৰুগড়-প্ৰশান্ত ফুকন
৪৯) লাহোৱাল-বিনোদ হাজৰিকা
৫০) দুলীয়াজান-তেৰছ গোৱালা
৫১) টিংখাং-বিমল বৰা
৫২) নাহৰকটীয়া-তৰংগ গগৈ
৫৩) তিনিচুকীয়া-সঞ্জয় কিষাণ
৫৪) ডিগবৈ-সুৰেন ফুকন
৫৫) মাৰ্ঘেৰিটা-ভাস্কৰ শৰ্মা
৫৬) ডুমডুমা-ৰূপেশ গোৱালা
৫৭) শদিয়া-বলীন চেতিয়া
৫৮) যোৰহাট-হিতেন্দ্ৰনাথ গোস্বামী
৫৯) মাজুলী-সৰ্বানন্দ সোণোৱাল
৬০) পানেৰী-বিশ্বজিত দৈমাৰী

কংগ্ৰেছঃ
১) কৰিমগঞ্জ(উত্তৰ)-কমলাক্ষ দে পুৰকায়স্থ
২) কৰিমগঞ্জ(দক্ষিণ)-ছিদ্দিক আহমেদ
৩) বৰখলা-মিছবাহুল ইছলাম লস্কৰ
৪) কাটিগড়া-খলিলুদ্দিন বৰভূঞা
৫) দক্ষিণ শালামাৰা- ৱাজেদ আলী চৌধুৰী
৬) গোলকগঞ্জ-আব্দুছ সোবাহান আলী সৰকাৰ
৭) অভয়াপুৰী(উত্তৰ)-আব্দুল বাতেন খণ্ডকাৰ
৮) অভয়াপুৰী(দক্ষিণ)-প্ৰদীপ সৰকাৰ
৯) দুধনৈ-যাদৱ স্বৰ্গীয়াৰী
১০) গোৱালপাৰা(পূব)-আবুল কালাম ৰশিদ আলম
১১) গোৱালপাৰা(পশ্চিম)- আব্দুৰ ৰশিদ মণ্ডল
১২) জলেশ্বৰ-আফতাবুদ্দিন মোল্লা
১৩) বৰপেটা-আব্দুৰ ৰহিম আহমেদ
১৪) বাঘবৰ-শ্বেৰমান আলী
১৫) সৰুক্ষেত্ৰী-জাকিৰ হুছেইন সিকদাৰ
১৬) বকো-নন্দিতা দাস
১৭) ছয়গাঁও-ৰেকিবুদ্দিন আহমেদ
১৮) বৰক্ষেত্ৰী-দিগন্ত বৰ্মন
১৯) মঙলদৈ-বসন্ত দাস
২০) বটদ্ৰৱা-শিৱামণি বৰা
২১) লাহৰিঘাট-আছিফ মহম্মদ নাজাৰ
২২) ৰহা-শশীকান্ত দাস
২৩) ৰূপহীহাট-নুৰুল হুদা
২৪) চামগুৰি-ৰকিবুল হুছেইন
২৫) তিতাবৰ-ভাস্কৰজ্যোতি বৰুৱা
২৬) মৰিয়নী-ৰূপজ্যোতি কুৰ্মী
২৭) নাজিৰা-দেৱব্ৰত শইকীয়া
২৮) থাওৰা-সুশান্ত বৰগোঁহাই
২৯) নাওবৈচা-ভৰত নৰহ

অগপ:
১) তেজপুৰ-পৃথ্বীৰাজ ৰাভা
২) কলিয়াবৰ-কেশৱ মহন্ত
৩) বোকাখাত-অতুল বৰা
৪) দেৰগাঁও-ভৱেন ভড়ালী
৫) বঙাইগাঁও-ফণীভূষণ চৌধুৰী
৬) গুৱাহাটী(পশ্চিম)-ৰমেন্দ্ৰ নাৰায়ণ কলিতা
৭) টীয়ক-ৰেণুপমা ৰাজখোৱা
৮) আমগুৰি-প্ৰদীপ হাজৰিকা
৯) চাবুৱা-পোণাকন বৰুৱা

এআইইউডিএফ
১) বদৰপুৰ-আব্দুল আজিজ
২) হাইলাকান্দি-জাকিৰ হুছেইন লস্কৰ
৩) কাটলিচেৰা-ছজামুদ্দিন লস্কৰ
৪) আলগাপুৰ-নিজামুদ্দিন চৌধুৰী
৫) সোণাই-কৰিম উদ্দিন বৰভূঞা
৬) মানকাচৰ-আমিনুল ইছলাম
৭) ধুবুৰী-নজৰুল হক
৮) গৌৰীপুৰ-মিজানুৰ ৰহমান
৯) বিলাসীপাৰা (পশ্চিম)- হাফিজ বছিৰ কাছিমী
১০) বিলাসীপাৰা(পূব)- ছামছুল হুদা
১১) ভৱানীপুৰ -ফণী তালুকদাৰ
১২) জনীয়া-হাফিজ ৰফিুকুল ইছলাম
১৩) চেঙা-আশ্ৰাফুল হুছেইন
১৪) দলগাঁও-মজিবুৰ ৰহমান
১৫) ধিং-আমিনুল ইছলাম
১৬) যমুনামুখ-ছিৰাজুদ্দিন আজমল

বিপিএফ
১) গোসাঁইগাঁও-মাজেন্দ্ৰ নাৰ্জাৰী
২) কোকৰাঝাৰ(পশ্চিম)- ৰবিৰাম নাৰ্জাৰী
৩) কলাইগাঁও-দুৰ্গাদাস বড়ো
৪) মাজবাট-চৰণ বড়ো

ইউপিপিএল
১) কোকাৰাঝাৰ(পূব) -লৰেন্স ইছলাৰী
২) ছিদলি- জয়ন্ত বসুমতাৰী
৩) তামুলপুৰ- লেহোৰাম বড়ো
৪) বৰমা- ভূপেন বড়ো
৫) চাপাগুৰি- ইউ জি ব্ৰহ্ম
৬) ওদালগুৰি -গোবিন্দ বসুমতাৰী

চিপিআইএম
১) সৰভোগ- মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দলঃ
১) শিৱসাগৰ- অখিল গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply