গুৱাহাটী: গুৱাহাটীত আজি তৃণমূল কংগ্ৰেছে আয়োজন কৰা যোগদান কাৰ্যসূচী বহিষ্কাৰ কৰে সাংবাদিকসকলে।

সাংবাদিকসকলে অভিযোগ কৰা মতে আই টি এ মাছখোৱাত আজি অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত নিৰাপত্তাৰক্ষীয়ে সাংবাদিকসকলক বেয়া ব্যৱহাৰ কৰাৰ বাবে এই তেওঁলোকে এই কাৰ্যসূচী বহিস্কাৰ কৰে।

তেওঁলোকে নিৰাপত্তাৰক্ষীসকলক ক্ষমা খোজাৰ দাবী জনায়।

উল্লেখযোগ্য যে আজি কেইবাটাও ৰাজনৈতিক দলৰ কর্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে। তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিশেষ বেনাৰ্জী, ৰাজ্যসভাৰ সাংসদ শান্তনু সেন, সুস্মিতা দেৱ, ৰিপুন বৰাৰ এই যোগদনা কাৰ্যসূচীত উপস্থিতিত থাকে।

লগতে পঢ়ক – পত্নী,২বছৰীয়া সন্তানক এৰি আলফা(স্বা)ত যোগদান উদীয়মান সংগীতশিল্পীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply