নিউজ ডেস্ক: পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । উত্তৰ প্ৰদেশৰ ৪০৩ টা, পাঞ্জাৱৰ ১১৭ টা, উত্তৰাখণ্ডৰ ৭০ টা, গোৱাৰ ৪০ টা আৰু মণিপুৰৰ ৬০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে ।
শেহতীয়া অগ্ৰগতি তথ্য
উত্তৰ প্ৰদেশ (৪০৩)
বিজেপি-২৬২
সমাজবাদী পাৰ্টি -১২৫
বহুজন সমাজবাদী পাৰ্টি-০৭
কংগ্ৰেছ-০৫
অনান্য-০৪
পঞ্জাব(১১৭)
কংগ্ৰেছ-১৪
বিজেপি-০৪
আপ-৮৮
আকালী দল-০৯
অনান্য-০২
উত্তৰাখণ্ড(৭০)
কংগ্ৰেছ-২১
বিজেপি-৪৪
অনান্য-০৩
গোৱা(৪০)
কংগ্ৰেছ-১২
বিজেপি-১৯
তৃণমূল কংগ্ৰেছ-০৫
অনান্য-০১
মণিপুৰ(৬০)
কংগ্ৰেছ-১২
বিজেপি-২৩
অনান্য-২৩
লগতে পঢ়ক – ভূৱন গাম নে চিত্তৰঞ্জন বসুমতাৰী! কাৰ পক্ষত ভোটাৰৰ ৰায়দান