নিউজ ডেস্কঃ গোলাঘাটসমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ জয়লাভ।

৯০৩৬ টা ভোটৰ ব্য়ৱধানত গোলাঘাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগৰ জয়লাভ।

অজন্তা নেওঁগে মুঠ ৮১৫৬৫ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ পাৰ্থী বিতুপন শইকীয়াই ৭২৫২৭ টা ভোট লাভ কৰে।

ৰহা বিধানসভা সমষ্টিৰ একাদশ ৰাউণ্ডৰ অন্তত অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসে লাভ কৰে ৪০৪১১টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাসে লাভ কৰে ২৪৭৩৭টা ভোট। ভোটৰ ব্যৱধান হ’ল ১৫৬৭৪ টা ভোট।
নৱম ৰাউণ্ডৰ অন্তত নগাঁও সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰে ৪৫৭১৫টা ভোট আনহাতে, কংগ্ৰেছৰ শান্তনু শৰ্মাই ২৩১৫২টা ভোট লাভ কৰে। বিজেপিৰ ৰূপক শৰ্মা ২২৫৬৩টা ভোটত আগবাঢ়ি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply