নিউজ ডেস্ক: অবশেষত ঘোষিত হ’ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা | তালিকামতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল অগপৰ তিনি বিধায়ক নিজা সমষ্টিৰ পৰা বঞ্চিত হ’ল সেইকেইজন হ’ল প্ৰফুল্লকুমাৰ মহন্ত, উৎপল দত্ত আৰু সত্যব্ৰত কলিতা | দিল্লীত
বিজেপিয়ে ঘোষণা কৰিলে ৭০ টা বিধানসভা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত ঘোষণা কৰে প্ৰাৰ্থী তালিকা। সংবাদমেলত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰা।
ঘোষিত বিজেপি প্ৰাৰ্থীঃ
সৰ্বানন্দ সোনোৱাল -মাজুলী
ৰঞ্জিত দাস – পাটাছাৰকুচি
ডঃ হিমন্ত বিশ্ব শৰ্মা- জালুকবাৰী
অজন্তা নেওগ গোলাঘাট
সুৰভি ৰাজকুমাৰী শিৱসাগৰ
মানৱ ডেকা- লখিমপুৰ
ৰনোজ পেগু- ধেমাজি
তৰংগ গগৈ -নাহৰকটিয়া
বলীন চেতিয়া শদিয়া
বিনোদ হাজৰিকা- লাহোৱাল
বিমল বৰা – টিংখং
ৰূপক শৰ্মা- নগাওঁ
ৰঞ্জিত দত্ত -বিহালী
প্ৰশান্ত ফুকন- ডিব্ৰুগড়
গুৰুজ্যোতি দাস- মঙ্গলদৈ
জিতু গোস্বামী বঢ়হমপুৰ
চক্ৰধৰ গগৈ -মৰাণ
উৎপল বৰা -গহপুৰ
হেমন্ত কলিতা- তিতাবৰ
ৰমণী তাঁতী- মৰিয়নী
দিগন্ত কলিতা -কমলপুৰ
বিশ্বজিত দৈমাৰী পানেৰী
কুশল দুৱৰী -ডিমৌ
ধৰ্মেশ্বৰ কোঁৱৰ -সোনাৰী
বিশ্বজিত ফুকন-সৰুপথাৰ
জয়ন্তমল্ল বৰুৱা-নলবাৰী
পিয়ুষ হাজৰিকা-জাগীৰোড
ঢেকিয়াজুলি- অশোক সিংহাল
বৰহোলা- গণেশ কুমাৰ লিম্বু
ৰঙাপাৰা- কৃষ্ণ কমল তাতী
চতিয়া- পদ্ম হাজৰিকা
বিশ্বনাথ-প্ৰমোদ বৰঠাকুৰ।
গহপুৰ- উৎপল বৰা।
বটদ্ৰৱা-আঙ্গুৰলতা ডেকা।
চামগুৰি- অনিল শইকীয়া