কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি বিজেপিৰ মহিলা মৰ্চাৰ এজাহাৰ
দিশপুৰ আৰক্ষী থানাতো ৰাজ্যিক কমিটীয়ে দাখিল কৰিলে এজাহাৰ
ভাৰতৰ মানচিত্ৰ সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ দাখিল কৰিলে এজাহাৰ
অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দেশত মানচিত্ৰৰ পৰা বিছিন্ন কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে
মহিলা মৰ্চাৰ লগতে যুৱ মৰ্চাৰ মহানগৰ শাখাই দাখিল কৰিলে এজাহাৰ
লগতে পঢ়ক – পাকিস্তানত ধৰ্মীয় গ্ৰন্থক ‘অসন্মান’ কৰাৰ অভিযোগত এজনক শিলগুটি দলিয়াই হত্যা