কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ জনীয়া তালিকা প্ৰকাশ

নিউজ ডেস্ক: আগন্তুক বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা। মুঠ ২৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে।এই ঘোষণাৰ পিছতে ঠায়ে ঠায়ে বিদ্ৰোহে ভয়ানক ৰূপ লৈছে | সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাবে নগাঁও সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ দূৰ্লভ চমুৱাৰ সলনি শান্তনু শৰ্মাৰ নাম অন্তভুক্ত কৰাক লৈ কংগ্ৰেছ কৰ্মীসকলে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে | বৰাকৰ ১১ টা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াক লৈ অসন্তোষ্ট এআইইউডিএফ দলৰ কৰ্মী | বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে কংগ্ৰেছত যোগদান কৰা চুম ৰংহাঙত ডিফুৰ প্ৰাৰ্থিত্ব দিয়া হৈছে |

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা:
ৰাতাবাৰী (এছচি)- সম্ভু সিং মাল্লাহ
পাথাৰকান্দি- শচীন চাহু।
কৰিমগঞ্জ উত্তৰ- কমলাক্ষ্য দে’ পুৰকায়স্থ
কৰিমগঞ্জ দক্ষিণ- ছিদ্দিক আহমেদ
কাটলিচেৰা- সঞ্জীৱ ৰয়
শিলচৰ- তামাল কান্তি বনিক
ধলাই (এছচি)- কামাখ্যা প্ৰসাদ মালা
উদাৰবন্দ- অজিত সিং
লখিপুৰ- মুকেশ পাণ্ডে
বৰখ’লা- মিছবাহুল ইছলাম লস্কৰ
কাটিগৰা- খলিল উদ্দিন মজুমদাৰ
হাফলং (এছটি)- নিৰ্মল লাংথাছা
হাউৰাঘাট (এছটি)- সঞ্জীৱ টেৰণ
বৈথালাংছ’ (এছটি)- অগষ্টিন ইংগী
কমলপুৰ- কিশোৰ কুমাৰ ভট্টাচাৰ্য
নলবাৰী- প্ৰদ্যুৎ কুমাৰ ভূঞা
ছিপাঝাৰ- কুলদীপ বৰুৱা
মঙলদৈ (এছচি)- বসন্ত দাস
দলগাঁও- মহম্মদ ইলিয়াছ আলী
জাগীৰোড (এছচি)- স্বপন কুমাৰ মণ্ডল
লাহৰীঘাট- ড০ আছিফ মহম্মদ নজৰ
ৰহা (এছচি)- শশী কান্ত দাস
নগাঁও- শান্তনু শৰ্মা
বঢ়মপুৰ- সুৰেশ বৰা
হোজাই- দেবব্ৰত সাহা
লামডিং- স্বপন কৰ

বোকাজান- ৰতন ইংতি
ডিফু- চুম ৰংহাং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply