মাজুলীৰ উপ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে চিত্তৰঞ্জন বসুমতাৰীক আগবঢ়াই দিলে AJP-এ।
দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থী গৰাকীৰ নাম ঘোষণা কৰে।
কালিৰ দিনটোত বিজেপিয়ে ভূবন পেগুক প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছিল।
কংগ্ৰেছৰ ফালৰ পৰা অসম জাতীয় পৰিষদক এইবাৰৰ উপ নিৰ্বাচনত সমৰ্থন আগবঢ়াইছে।
অজাপৰ উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে বিধানসভা নিৰ্বাচনত ধেমাজী সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰি পৰাস্ত হৈছিল।