লখিমপুৰ: পৌৰসভা নিৰ্বাচনৰ বাবে লখিমপুৰত পৌৰসভাৰ প্ৰাৰ্থী ঘোষণা বিজেপি দলৰ

২১ টা ৱাৰ্ডৰ ভিতৰত ২ টা ৱাৰ্ড মিত্ৰদল অগপ দলক এৰি দিয়াৰ বিপৰীতে ১৯ টা ৱাৰ্ডৰ প্ৰাৰ্থী বিজেপি দলৰ

লখিমপুৰ পৌৰসভা মুঠ ২১ ৱাডৰ ভিতৰত ১১ টা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত

সমান্তৰাল ভাৱে লখিমপুৰ পৌৰসভাৰ মুঠ ২১ টা ৱাৰ্ডৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুমোদন ক্ৰমে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে ২১ টা ৱাৰ্ডৰ প্ৰতিগৰাকীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

কংগ্ৰেছৰ ২১টা ৱাৰ্ডৰ প্ৰাৰ্থীসকল হৈছে
ৱাৰ্ড নং ১ — প্ৰদীপ ফুকন
ৱাৰ্ড নং 2 — জানমনি শইকীয়া কোঁৱৰ
ৱাৰ্ড নং ৩ ( ক ) — বৰ্ণালী দাস
ৱাৰ্ড নং ৩ ( খ ) — চিদানন্দ কামন
ৱাৰ্ড নং ৪ — লিপিকা নেওগ গগৈ
ৱাৰ্ড নং ৫ ( ক ) — বিকাশ গগৈ
ৱাৰ্ড নং ৫ ( খ ) — ইন্দ্ৰানী দাস
ৱাৰ্ড নং ৬ — মনধৰ গগৈ
ৱাৰ্ড নং ৭ — ফাইজুৰ ৰহমান
ৱাৰ্ড নং ৮ — হেমন্ত মৰল
ৱাৰ্ড নং ৯ — মধুস্মিতা গগৈ দত্ত
ৱাৰ্ড নং ১০ — চুমী দত্ত
ৱাৰ্ড নং ১১ — ৰাজেশ দাস
ৱাৰ্ড নং ১২ ( ক ) — চৰিফা বেগম
ৱাৰ্ড নং ১২ ( খ ) — ৰুক্ম ভূঞা
ৱাৰ্ড নং ১৩ — আশ্ৰাফুল হুছেইন হাজৰিকা
ৱাৰ্ড নং ১৪ ( ক ) — জানমনি গগৈ
ৱাৰ্ড নং ১৪ ( খ ) — ইমদাদ হুছেইন
ৱাৰ্ড নং ১৪ ( ঘ ) – – হীনা ৰহমান
ৱাৰ্ড নং ১৪ ( গ ) — এলিনা হুচেইন

লগতে পঢ়ক- ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিভ্ৰমণ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply