উত্তৰাখন্ডৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক লৈ অসম কংগ্ৰেছৰ সমালোচনা।
ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচৰা কায্যই নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে বুলি মন্তব্য কংগ্ৰেছ সভাপতি ভুপেন বৰাৰ।

হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পতা নাছিল বুলি মন্তব্য কৰি ভুপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, তেও ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচৰা কায্যই নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে বুলি মন্তব্য কংগ্ৰেছ সভাপতি ভুপেন বৰাৰ।

হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পতা নাছিল বুলি মন্তব্য কৰি ভুপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, তেও কংস আৰু ঔৰংগজেবৰ দৰে কুটকৌশলেৰে মুখ্যমন্ত্ৰীৰ চকীখন দখল কৰিছিল। মুখ্যমন্ত্ৰীৰ ভাষণে সংস্কৃতিবান ৰাজ্য অসমৰ মান সন্মান হানি কৰিছে বুলি মন্তব্য কৰে সভাপতি ভুপেন বৰাই।

ভূপেন বৰাৰ মন্তব্যক কটাক্ষ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভুপেন বৰাক ননচেঞ্চ আখ্যা দিয়ে।
মুখ্যমন্ত্ৰীক সমালোচনা কৰাক লৈ সৰব হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাক চেলেঞ্জ দিলে ফুল হে গোলাপ কা চোংলিয়া কৰোঁ, পত্ৰ হে কলম কা পঢ় লিয়া কৰোঁ, এই লাইনটো শুদ্ধকৈ কব নোৱাৰে ভূপেন বৰাই।
বিধায়ক ৰূপজ্যোতিয়ে ননচেঞ্চ বুলি সম্বোধন কৰে কংগ্ৰেছ সভাপতি ভূপেন বৰাক।

লগতে পঢ়ক- মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply