বটদ্ৰৱাঃ ৮৪নংবটদ্ৰৱা সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ নিৰ্বাচনী ফলাফলত বিজেপিৰ আঙুৰলতা ডেকাই লাভ কৰে ৯০৮৪টা ভোট আনহাতে কংগ্ৰেছৰ শিবামনি বড়াই ১৪৭৩৫টা ভোট লাভ কৰে।
শিৱামনি বড়াই ৫৬৫১ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।
ৰহা সমষ্টিত ভোট গণনাৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত অগপৰ বিষ্ণু দাসে ৫৯০৪ টা ভোটত কংগ্ৰেছৰ শশী দাসতকৈ আগবাঢ়ি আছে।
বিষ্ণু দাসে ১১৩৫২টা আৰু শশী দাসে ৫৪৪৮টা ভোট লাভ কৰিছে।
আনহাতে, চতুৰ্থ ৰাউণ্ড অন্তত কলিয়াবৰ সমষ্টিৰ এজিপিৰ কেশৱ মহন্তই ৮৮৯৭টা ভোটত অগ্ৰগতি লাভ কৰিছে।
প্ৰশান্ত কুমাৰ শইকীয়াই ১৯৭৫৪ টা ভোট লাভ কৰিছে।