ছিপাঝাৰঃ দৰং জিলাৰ তিনিখন পৌৰ সভাৰ তিনিওখনতে বিজেপিৰ জয়লাভ।

ছিপাঝাৰ পৌৰ সভা মুঠ ৱাৰ্ড আছিল ১০টা।

১ নং ৱাৰ্ড: বিজেপি
২নং ৱাৰ্ড: নিৰ্দলীয়
৩ নং ৱাৰ্ড: বিজেপি
৪ নং ৱাৰ্ড:বিজেপি
৫ নং ৱাৰ্ড:বিজেপি
৬ নং ৱাৰ্ড:বিজেপি
৭ নং ৱাৰ্ড: অগপ
৮ নং ৱাৰ্ড:অগপ
৯নং ৱাৰ্ডঃ বিনা প্ৰতিদ্বন্দিতাই জয়ী বিজেপি প্ৰাৰ্থী অভিনৱ হাজৰিকা ।
১০ নং ৱাৰ্ড: বিজেপি বিজয়ী

মঙলদৈ পৌৰ সভাৰ মুঠ ৱাৰ্ড ১০টা

১ নং ৱাৰ্ড: বিজেপি
২নং ৱাৰ্ড: এজিপি
৩ নং ৱাৰ্ড: বিজেপি
৪ নং ৱাৰ্ড: বিজেপি
৫ নং ৱাৰ্ড:বিজেপি
৬ নং ৱাৰ্ড: নিৰ্দলীয়
৭ নং ৱাৰ্ড: বিজেপি
৮ নং ৱাৰ্ড:অগপ
৯নং ৱাৰ্ডঃ বিজেপি
১০ নং ৱাৰ্ড: বিজেপি বিজয়ী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply