দুধনৈ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়ন পত্ৰ দাখিল দীপক কুমাৰ ৰাভাৰ

দুধনৈ: ৩৬ নং দুধনৈ বিধান সভা সমষ্টিৰ বিজেপিৰ বিধায়ক দীপক কুমাৰ ৰাভা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ণ হব বিধান সভাৰ নিৰ্বাচনত |
বিজেপিৰ টিকট নোপোৱা বিধায়ক গৰাকীয়ে আজি প্ৰাক্তন আৰছু নেতাক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ।

আৰু পঢ়কঃ সৰ্বানন্দ সোণোৱালৰ ৰিপৰ্ট কাৰ্ড বেয়া, মাজুলীৰ জনসভাত ক’লে ছটিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাগালে

৬ সহস্ৰাধিক শুভাকাংক্ষী লগত লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ।

মনোনয়ন পত্ৰ দাখিল কৰি দুধনৈ সমষ্টিত তেও পুনৰবাৰ জয় লাভ কৰিব বুলিও মত পোষন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,722 other subscribers

Leave a comment

Leave a Reply