দুধনৈ: ৩৬ নং দুধনৈ বিধান সভা সমষ্টিৰ বিজেপিৰ বিধায়ক দীপক কুমাৰ ৰাভা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ণ হব বিধান সভাৰ নিৰ্বাচনত |
বিজেপিৰ টিকট নোপোৱা বিধায়ক গৰাকীয়ে আজি প্ৰাক্তন আৰছু নেতাক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ।
আৰু পঢ়কঃ সৰ্বানন্দ সোণোৱালৰ ৰিপৰ্ট কাৰ্ড বেয়া, মাজুলীৰ জনসভাত ক’লে ছটিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাগালে
৬ সহস্ৰাধিক শুভাকাংক্ষী লগত লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ।
মনোনয়ন পত্ৰ দাখিল কৰি দুধনৈ সমষ্টিত তেও পুনৰবাৰ জয় লাভ কৰিব বুলিও মত পোষন কৰে।