পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । উত্তৰ প্ৰদেশৰ ৪০৩ টা, পাঞ্জাৱৰ ১১৭ টা, উত্তৰাখণ্ডৰ ৭০ টা, গোৱাৰ ৪০ টা আৰু মণিপুৰৰ ৬০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে ।
মাজুলী বিধানসভা সমষ্টিৰ শেহতীয়া খবৰ অনুসৰি বিজেপিৰ ভূৱন গাম আগবাঢ়িছে। দ্বিতীয় ৰাউণ্ডত ভুৱন গামে পাই ৯,১৭৩ টা ভোট আৰু চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে ২৫৩৫টা ভোট। বৰ্তমান সময়ত ব্যবধান ৬৬৩৮টা ভোট। মুঠ ১৪টা ৰাউণ্ডত ভোটগণনা হ’ব।
শেহতীয়া অগ্ৰগতি তথ্য
উত্তৰ প্ৰদেশ (৪০৩)
বিজেপি-২৩৯
সমাজবাদী পাৰ্টি -৯৩
বহুজন সমাজবাদী পাৰ্টি-০৫
কংগ্ৰেছ-০৬
অনান্য-০৫
পঞ্জাব(১১৭)
কংগ্ৰেছ-১৬
বিজেপি-০৪
আপ-৮৫
আকালী দল-১০
অনান্য-০২
উত্তৰাখণ্ড(৭০)
কংগ্ৰেছ-২৩
বিজেপি-৪৩
অনান্য-০৪
গোৱা(৪০)
কংগ্ৰেছ-১৩
বিজেপি-২০
তৃণমূল কংগ্ৰেছ-০৪
অনান্য-০৩
মণিপুৰ(৬০)
কংগ্ৰেছ-০৯
বিজেপি-২৮
অনান্য-২৩