পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । উত্তৰ প্ৰদেশৰ ৪০৩ টা, পাঞ্জাৱৰ ১১৭ টা, উত্তৰাখণ্ডৰ ৭০ টা, গোৱাৰ ৪০ টা আৰু মণিপুৰৰ ৬০ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা ৮ বজাৰ পৰা আৰম্ভ হৈছে ।
মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গম আগবাঢ়ি আছে । চিত্তৰঞ্জন বসুমতাৰীতকৈ প্রায় ৯০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।
শেহতীয়া অগ্ৰগতি তথ্য
উত্তৰ প্ৰদেশ (৪০৩)
বিজেপি-১৪৭
সমাজবাদী পাৰ্টি -৬৯
বহুজন সমাজবাদী পাৰ্টি-০২
কংগ্ৰেছ-০০
অনান্য-০২
পঞ্জাব(১১৭)
কংগ্ৰেছ-১৮
বিজেপি-০৩
আপ-৪৫
আকালী দল-১০
অনান্য-০১
উত্তৰাখণ্ড(৭০)
কংগ্ৰেছ-২০
বিজেপি-২৬
অনান্য-০৭
গোৱা(৪০)
কংগ্ৰেছ-২০
বিজেপি-১৪
তৃণমূল কংগ্ৰেছ-০৪
অনান্য-০২
মণিপুৰ(৬০)
কংগ্ৰেছ-০১
বিজেপি-১৮
অনান্য-০৬