ৰাজ্যসভা নিৰ্বাচন আহিলেই এটা বিষয় সন্মুখলৈ আহে হৰ্ছ ট্ৰেডিং। ঘোৰাৰ কিনা বেচা এই বিষয়টো লৈ আজি মনোনয়ন দিয়াৰ প্ৰাক মুহূৰ্তৰ পৰা বিধানসভাৰ ভিতৰে বাহিৰে উতপ্ত হৈ থাকে।

মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত মন্তব্য কৰি কয়, “নিজকে নিজেই যদি ঘোৰা সজাই মই নো কি কৰিব পাৰো। যি সকল বিধায়কে নিজকে ঘোৰা সজাইছে তেওলোকক ৰাইজে আজিয়েই লৈ যাব লাগে।”


কংগ্ৰেছ দলত কোনোবা ঘোৰা আছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাৰ সময়ত জাঙুৰ খাই উঠে বিৰোধী দলপতি দেবব্ৰত শইকীয়া। এক প্ৰকাৰ ভাবুকি দিয়েই কয় এনে প্ৰশ্নৰ বাবে বিধানসভাৰ নিয়মমতে ব্যবস্থা ল’ব পাৰো।


সাংবাদিকৰ প্ৰশ্নত দেৱব্ৰত শইকীয়াৰ খং উঠাৰ বিপৰীতে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰকিবুল হুছেইনৰ স্বীকাৰোক্তি “আমাৰ ৰহাৰ বিধায়কজন ঘোঁৰা’।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply