মাজুলীঃ মাজুলীত বিজেপি প্ৰাৰ্থী ভূবন গামক দলীয় কৰ্মীৰ বিপুল আদৰণি।

ভূবন গামক সংগ দিয়ে বিজেপি টিকট বঞ্চিত প্ৰাৰ্থী বিতুপন দলে।

লগতে পঢ়কঃপৌৰসভা নিৰ্বাচনঃ মঙলদৈত বিজেপি-কংগ্ৰেছ-অগপৰ মনোনয়ন দাখিল

মাজুলীত উপস্থিত হৈ ভূবন গামে বিৰোধী দলৰ স্থিতিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰ বসুমতাৰীয়ে ১০টাহে ভোট পাব বুলি ভূবন গামে মন্তব্য কৰে।

ইফালে টিকটৰ পৰা বঞ্চিত হৈ দুখ লাগিছে বুলি বিতুপণ দলে উল্লেখ কৰি নিজৰ দলক ১০০ শতাংশ সহায় কৰি যাম বুলিও মন্তব্য আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply