মাজুলীঃ মাজুলীৰ উপ নিৰ্বাচনৰ ত্ৰয়োদশ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছে ৫৯৭৭৫।
অজাপ চিত্ৰৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ২১১৮৯টা ভোট।
একাদশ ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছিল ৫০১৪৬টা ভোট।
অজাপ চিত্ৰৰঞ্জন বসুমতাৰীয়ে ১৮১৩৯টা ভোট।
SUCI লাভ কৰিছে ১৭৫৫ টা ভোট।
NOTA ১২৭১টা ভোট।
৩৪,০০৯টা ভোটৰ ব্যৱধানত অজাপ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীতকৈ বিজেপি প্ৰাৰ্থী ভূৱন গামে অগ্ৰগতি লাভ কৰিছে ।