- মাজুলী উপনিৰ্বাচনৰ সপ্তম ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে।
- বিজেপি প্ৰাৰ্থী ভূবন গামে লাভ কৰিছে ৩৬,১০৫টা ভোট।
- অজাপ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীয়েলাভ কৰিছে ১৩,৩৬৬টা ।
- SUCI(C) ৰ ভাইটি ৰিচঙে লাভ কৰিছে ১৪৪৫টা ভোট।
- NOTA ৯১৬
- ২২,৭৩৯টা ভোটত আগবাঢ়ি আছে বিজেপি।
মাজুলী উপনিৰ্বাচনৰ ফলাফল UPDATE LIVE!
বিজেপি প্ৰাৰ্থী ভূবন গামে লাভ কৰিছে ৩৬,১০৫টা ভোট
