শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোটৰ জয়।

১৪ খন আসনৰ ১২ খনেই লাভ কৰিলে বিজেপি+অগপ মিত্ৰজোঁটে। মাত্ৰ ২খন আসন ৰাইজৰ দলৰ দখলত।

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোটৰ জয়।
বিজেপিয়ে ৮ খন আসন পোৱাৰ বিপৰীতে ২ খন আসন অগপই দখল কৰিছে। ডিমৌত মুঠ ৱাৰ্ড ১০ টা।ডিমৌত মুঠ ৱাৰ্ড ১০ টা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply