সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে প্ৰধান ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদৰ লগতে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। ইফালে এইবাৰ নিৰ্বাচনত সোণাৰি পৌৰসভা দখলৰ আশা প্ৰকাশ কৰিছে দলে।

কংগ্ৰেছ দলে পৌৰসভা দখল কৰিলে ৰাইজে স্বচ্ছ আৰু নিকা পৌৰ প্ৰশাসন লাভ কৰিব বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈয়ে।

লগতে পঢ়কঃলখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ

ইফালে বিগত কাৰ্যকালৰ বিজেপি নেতৃত্বাধীন সোণাৰি পৌৰসভাখনে পৌৰসভাৰ কাৰ্যালয়টোক ব্যৱসায়িক কেন্দ্ৰত পৰিণত কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰা লগতে বহুত বেছি দুৰ্নীতি কৰা বুলিও বুলিও অভিযোগ কৰিছে নেতাজনে।

আনহাতে সাংসদ-বিধায়কক ৰাইজেহে নিৰ্বাচন কৰিছে গতিকে পৌৰসভা সাংসদ-বিধায়কৰ মতে গঠন নহয়, ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়েহে গঠন কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে

লগতে পঢ়ক- ।মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply