বোকাখাত, উত্তম কুমাৰ শৰ্মা: তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা পোনে পোনে আহি বোকাখাতত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰি বিশ্ব ঐতিহ্য স্থলী কাজিৰঙালৈ ৰাওনা হৈছে ৰাষ্ট্ৰপতি গৰাকী।

বোকাখাতত আহি উপস্থিত হোৱাৰ ৰাষ্ট্ৰপতি  ৰামনাথ কোৱিন্দৰ লগতে  ফাৰ্ষ্ট লেডী সবিতা কোৱিন্দক বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায়।

মুখ্য মন্ত্ৰীৰ লগতে মন্ত্ৰী কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আদিয়ে ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনায়।

লগতে পঢ়ক – মহানগৰীত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি মৃত্যু এজনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply