নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে লুধিয়ানাত সংঘটিত গেছ নিৰ্গমণ ঘটনা আৰু মহাৰাষ্ট্ৰৰ ভিৱান্দিত এটা দুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত প্ৰান হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে লগতে দুৰ্ঘটনাত হতাহতসকলৰ বাবে ক্ষতিপূৰণ ঘোষনা কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে কয়, “লুধিয়ানাত গেছ নিৰ্গত হোৱাৰ ফলত মৃত্যু হোৱা আৰু ভিৱান্দিত এটা দুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত প্ৰান হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুজিৰ (PMNRF) পৰা ২ লাখ টকাৰ ক্ষতিপুৰণ লগতে প্ৰতিজন আঘাতপ্ৰাপ্ত ব্যক্তিক ৫০,০০০ টকা পদান কৰা হ’ব বুলি ঘোষনা কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply