নিউজ ডেস্ক: ভাৰত চৰকাৰৰ এম এছ এম ই মন্ত্ৰালয়ে ২০২৩ চনৰ ৰাষ্ট্ৰীয় এম এছ এম ই বঁটাৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে। dashboard.msme.gov.in/na. ৱেবচাইডত অনলাইন আবেদন কৰি জমা দিব পাৰিব। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ ১০.০৫.২০২৩।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বীসকলক ২০২৩ চনৰ ৰাষ্ট্ৰীয় এম এছ এম ই বঁটাৰ বাবে মনোনীত কৰিবলৈ কয়।

লগতে প্ৰধানমন্ত্ৰীগৰীয়ে এম এছ এম ই মন্ত্ৰালয়ে কৰা টুইটৰ উত্তৰত কয়- “এমএছএমই খণ্ডত প্ৰেৰণাদায়ক প্ৰচেষ্টাক মনোনীত কৰে যিয়ে সম্পদ সৃষ্টি কৰিছে আৰু আমাৰ বৃদ্ধিৰ ট্ৰেজেক্টৰীত মূল্য সংযোজন কৰিছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply