নিউজ ডেস্ক– ৰাজ্য চৰকাৰে চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৪১৯ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ২ খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু ১ খন হাইস্কুল প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্তত অনুমোদন জনায়।

আনহাতে, ৪১৯ খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰত্যেক খনতেই ২গৰাকীকৈ শিক্ষক পদ, ২খন এম ই স্কুলৰ বাবে ৩গৰাকীকৈ শিক্ষকৰ পদত আৰু হাইস্কুলৰ বাবে ৫গৰাকী শিক্ষকৰ লগতে এগৰাকী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি এই পদসমূহ নিয়মীয়াকৰণ কৰা হৈছে।  

প্ৰাদেশিকীকৰণ কৰা এইসমূহ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নামভৰ্তিৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰদান কৰা হ’ব আৰু PM POSHANৰ আধাৰত মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply